Elephant attack in Biswanath: বিশ্বনাথত হাতীৰ আক্ৰমণত এজনৰ মৃত্যু

By

Published : Jan 5, 2023, 12:12 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

বুধবাৰে নিশা বিশ্বনাথ জিলাত হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এজন লোকে (Elephant attack in Biswanath) ৷ মৃত ব্যক্তিজনৰ নাম জিতেন সোনা ৷ ঘৰ মোনাবাৰী চাহ বাগিচাত ৷ খৰি আনিবলৈ যাওতে হাতীৰ আক্ৰমণত মৃত্যু হয় জিতেনৰ ৷ কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ ভিতৰত খৰি আনিবলৈ প্ৰৱেশ কৰিছিল জিতেনসহ আন কেইবাজনো লোক ৷ হাতীৰ জাকটো দেখা পাই জিতেনৰ লগত থকা আনকেইজন লোক সেই স্থানৰ পৰা কোনো মতে পলাই আহি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হ’ল যদিও দুৰ্ভাগ্যবশতঃ হাতীৰ আক্ৰমণৰ বলি হৈ মৃত্যুক সাবটি ল’বলগীয়া হয় জিতেনে (Man killed in an Elephant attack in Bishwanath) ৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.