আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ৰাইফলেৰে গুলীয়াই আত্মহত্যা কৰ্তব্যৰত গৃহৰক্ষী জোৱান

By

Published : Aug 21, 2022, 2:01 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

মৰিগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ভয়ংকৰ ঘটনা সংঘটিত হৈছে (Suicide case in Morigaon) ৷ থ্ৰী নট থ্ৰী ৰাইফলৰে মূৰত গুলীয়াই আত্মহত্যা কৰে কৰ্তব্যৰত গৃহৰক্ষী জোৱান ৰন্টু মেধিয়ে (Home guard suicide in Morigaon SP Office) ৷ দেওবাৰে দুপৰীয়া আৰক্ষী অধীক্ষকৰ কাৰ্যালয়তে কোনো নথকাৰ সুযোগ লৈ এই ঘটনা সংঘটিত কৰে জোৱানজনে (Crime news in Morigaon) ৷ বৰ্তমানলৈ জোৱানজনৰ আত্মহত্যাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই ৷ ৰন্টু মেধিৰ ঘৰ মৰিগাঁৱৰ সমীপৰ কাহিবাৰীত (Rantu Medhi suicide case)। ইতিমধ্যে মৰিগাঁও মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো মৰিগাঁও শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে মৰিগাঁও আৰক্ষীয়ে (Home guard Suicide case) ৷

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.