কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে মৰাণত তীব্ৰ প্ৰতিবাদ - Protest in Maran - PROTEST AGAINST TERROR ATTACK

🎬 Watch Now: Feature Video

thumbnail
কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে মৰাণত তীব্ৰ প্ৰতিবাদ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : June 13, 2024 at 6:28 PM IST

1 Min Read
Choose ETV Bharat

মৰাণ, 13 জুন: পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে উত্তাল হ'ল মৰাণৰ ৰাজপথ । জম্মু-কাশ্মীৰত বৈষ্ণো দেৱী মন্দিৰলৈ তীৰ্থ ভ্ৰমণৰ বাবে যোৱা তীৰ্থযাত্ৰীৰ ওপৰত পাকিস্তান সমৰ্থিত ইছলামিক সন্ত্ৰাসবাদী সংগঠনে চলোৱা বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে মৰাণত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে সাব্যস্ত কৰে প্ৰতিবাদ । এই ঘটনাক লৈ বিশ্বজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷ সকলোৱে একেমুখে গৰিহণা দিছে সন্ত্ৰাসবাদীৰ এই বৰ্বৰ কাৰ্যক । এই অমানৱীয় ঘটনাৰ বিৰুদ্ধে বৃহস্পতিবাৰে মৰাণ নগৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে । সংগঠন দুটাৰ মৰাণ সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদস্যসকলে সন্ত্ৰাসবাদীৰ পুত্তলিকা দাহ কৰাৰ লগতে পকিস্তান আৰু ইছলামিক মৌলবাদী সংগঠনৰ বিৰুদ্ধে সৰৱ হৈ পৰে । এই আক্ৰমণৰ ঘটনাত অতিকমেও 9 জন তীৰ্থযাত্ৰী নিহত হোৱাৰ লগতে আহত হয় 33 জন ৷ 

লগতে পঢ়ক: তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বাছত সন্ত্ৰাসবাদীৰ গুলীচালনা: 9 জন নিহত, 33 জন আহত - Terrorists Attack

লগতে পঢ়ক: জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহতৰ পৰিয়াললৈ এককালীন সাহায্য, এন আই এৰ তদন্ত - JK militant attack on bus case

লগতে পঢ়ক: নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত জম্মু-কাশ্মীৰত নিহত দুই সন্ত্ৰাসবাদী; শ্বহীদ চি আৰ পি এফ জোৱান - 2 militants killed in JK

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details