ভয়ংকৰ অগ্নিকাণ্ড : জাহ গ'ল কেইবা লাখ টকাৰ সম্পত্তি - Fire breaks out at Cachar - FIRE BREAKS OUT AT CACHAR

🎬 Watch Now: Feature Video

thumbnail
ভয়ংকৰ অগ্নিকাণ্ড; জুইত জাহ গ'ল কেইবা লাখ টকাৰ সম্পত্তি (ETV Bharat)

By ETV Bharat Assamese Team

Published : June 13, 2024 at 6:13 PM IST

1 Min Read
Choose ETV Bharat

শিলচৰ, ১৩ জুন : কাছাৰৰ লক্ষীপুৰৰ লালাঙত ভয়ংকৰ অগ্নিকাণ্ড ৷ জাহ গ'ল এটা বাসগৃহ । পুৱতি নিশা সংঘটিত হৈছে এই অগ্নিকাণ্ড । লালাং গাঁৱৰ নুৰ ৰহমান নামৰ এজন লোকৰ ঘৰত পুৱতি নিশা হঠাৎ জুইৰ সূত্ৰপাত হয় । পৰিয়ালৰ লোকে উমান পোৱাৰ পূৰ্বেই জুইৰ লেলিহান শিখাই ছানি ধৰে সম্পূৰ্ণ ঘৰটো । চুবুৰীয়াসকলে জুই প্ৰত্যক্ষ কৰাৰ লগে লগে লক্ষীপুৰৰ অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে ।

স্থানীয় লোকে অভিযোগ কৰা মতে, বহু পলমকৈ অগ্নি নিৰ্বাপক বাহিনীৰ লোকসকল ঘটনাস্থলীত উপস্থিত হয় । যাৰ বাবে ঘৰটো জুইত সম্পূৰ্ণ ভস্মীভূত হয় । ইফালে পৰিয়ালটোৱে জনোৱা মতে তেওঁলোকৰ কেইবা লাখ টকাৰ সম্পত্তি নষ্ট হৈছে । বহু গুৰুত্বপূৰ্ণ নথিও ভস্মীভূত হৈছে ।

লগতে পঢ়ক :সাৱধান ! নামনি অসমৰ কেইবাখনো জিলাত জাৰি অৰেঞ্জ এলার্ট - Assam Weather Forecast

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details