Gujrat election 2022: অৰবিন্দ কেজৰিৱালৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

By

Published : Nov 15, 2022, 10:56 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

২০২২ চনত গুজৰাটৰ বিধানসভা নিৰ্বাচন এইবাৰ আকৰ্ষণীয় হ’ব (Gujrat election 2022)। বিজেপি, কংগ্ৰেছ, আম আদমী পাৰ্টিৰ মাজত তিনিকোণীয়া যুঁজ হ’ব বুলি ইতিমধ্যেই চৰ্চা হৈছে । আম আদমী পাৰ্টিয়ে বিজেপি আৰু কংগ্ৰেছৰ দৰেই তীব্ৰ প্ৰচাৰ চলাইছে (AAP campaign in Gujrat) । গুজৰাটৰ আম আদমী পাৰ্টীয়ে ৰাজ্যখনৰ চৰকাৰ প্ৰতিষ্ঠা কৰিবনে ? গুজৰাটৰ নিৰ্বাচন সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু আম আদমি পাৰ্টিৰ নেতা ইছুদান গাদৱীৰ সৈতে ইটিভি ভাৰত গুজৰাটৰ ব্যুৰ’ ছীফ ভৰত পাঞ্চলৰ এক আছুতীয়া সাক্ষাৎকাৰ ।

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.