Fire in Jorhat : যোৰহাটৰ কেন্দুগুৰিত ভয়ংকৰ অগ্নিকাণ্ড

By

Published : Dec 4, 2022, 2:50 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

যোৰহাটত অঘটন ৷ যোৰহাটৰ কেন্দুগুৰিৰ ১ নং বাহ্মণ গাঁৱত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড (Fire in Jorhat) ৷ চন্দন শইকীয়া নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় উক্ত অগ্নিকাণ্ডৰ ঘটনাটো ৷ অৱশ্যে ৰাইজৰ সহযোগত আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপিত কৰা হয় ৷ শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে (Fire breaks out in Jorhat) ৷ জানিব পৰা মতে, বিদেশত থাকে উক্ত ঘৰটোৰ স্বত্বাধিকাৰী চন্দন শইকীয়া ৷ সেয়ে ঘৰটো ভাড়ালৈ দি থোৱা আছিল ৷

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.