মাজুলীত চিকিৎসা প্ৰদানৰ বাবে সাজু কেইবাজনো অভিজ্ঞ চিকিৎসক; জনালে ৰাইজৰ দলে

By

Published : Oct 7, 2022, 10:14 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

প্ৰয়োজন হ’লে মাজুলীত চিকিৎসা প্ৰদান কৰিবলৈ বিচৰা চিকিৎসকৰ তালিকা দিব ৰাইজৰ দলে (Doctors scarcity in Majuli) ৷ মাজুলীৰ চিকিৎসালয়ত মৃত্যুক সাৱটি লোৱা তেজস্বিতা বৰুৱাৰ(Tejaswita Baruah) মৃত্যুৰ খবৰ ল’বলৈ গৈ স্বাস্থমন্ত্ৰীয়ে ৰাইজক চিকিৎসক বিচাৰিবলৈ কোৱা কাৰ্যক নিন্দা কৰিছে ৰাইজৰ দলে (Keshab Mahanta in Majuli) ৷ মাজুলীৰ চিকিৎসালয়ত প্ৰয়োজনীয় পৰীক্ষা সজুঁলিৰ অভাৱৰ কথাও উল্লেখ কৰিলে ৰাইজৰ দলে ৷ ইতিমধ্যে কেইবাজনো অভিজ্ঞ চিকিৎসকে মাজুলীত চিকিৎসা সেৱা আগবঢ়াবলৈ সাজু হোৱা বুলি জানিবলৈ দিয়ে ৰাইজৰ দলৰ প্ৰতিনিধিয়ে(Raijor Dal over Tejaswita Baruah death case) ৷

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.