Drug peddler arrested : চাংসাৰীত নিচাযুক্ত দ্ৰব্যসহ চাৰিজনক আটক

By

Published : Feb 28, 2022, 2:23 PM IST

Updated : Feb 3, 2023, 8:18 PM IST

thumbnail

ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীয়ে উঠি অহা নৱপ্ৰজন্মক বৰ্তমান অন্ধকাৰৰ দিশে ঠেলি দিছে । ড্ৰাগছৰ কবলত পৰি তচনচ হৈ পৰিছে বহু পৰিয়াল । এইবাৰ চাংসাৰি আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি (Anti drugs mission) বাইহাটা চাৰিআলিৰ পৰা চাৰিজন ড্ৰাগছ ব্যৱসায়ী তথা ড্ৰাগছ আসক্ত যুৱকক আটক কৰে (Drugs peddler arrested at Changsari) ৷ আটকাধীন যুৱক কেইজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছ ভৰ্তি ৯ টা কণ্টেইনাৰ আৰু চিৰিঞ্জ । আটকাধীন ব্যৱসায়ী কেইগৰাকী ক্ৰমে অংকুৰ ডেকা, হাচিম আলী, প্ৰণৱ দাস আৰু জাকিৰ আলী বুলি জানিব পৰা গৈছে । চাৰিওগৰাকী ড্ৰাগছ ব্যৱসায়ীক চাংসাৰি আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷

Last Updated : Feb 3, 2023, 8:18 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.