liquor destroyed at Nalbari: নলবাৰীত প্ৰশাসনে নষ্ট কৰিলে অৰুণাচলী সুৰা

By

Published : Oct 22, 2022, 9:38 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

ৰাজ্য়জুৰি অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষী-আবকাৰী বিভাগৰ অভিযান অব্য়াহত আছে । ইয়াৰ মাজতে নলবাৰীত শণিবাৰে অবৈধ অৰুণাচলী সুৰা বিনষ্ট কৰা হয় (Illegal Arunachali liquor destroyed in Nalbari)। নলবাৰীত জব্দকৃত ৭,৫০০ লিটাৰ অৰুণাচলী সুৰা নষ্ট কৰিলে প্ৰশাসনৰ লগতে আবকাৰী বিভাগে (Excise Department destroyed Arunachali liquor) । নষ্ট কৰা সুৰাখিনিৰ মূল্য় বিশ লক্ষ টকা হ'ব । জিলা দণ্ডাধীশৰ নিৰ্দেশত নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত জ্বলাই দিয়া হয় এই সুৰাখিনি । উল্লেখ্য় যে এই বৃহৎ পৰিমাণৰ সুৰাখিনি ২০২১ চনত আৱকাৰী বিভাগে নলবাৰীৰ গণেশ মন্দিৰ চ'কত (Liquor Seized at Ganesh Mandir Chowk in Nalbari) জব্দ কৰিবলৈ সক্ষম হৈছিল ।

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.