Babil Khan latest news দৰ্শকৰ বাবে Qala এটা চাৰপ্ৰাইজ:বাবিল খান

By

Published : Nov 8, 2022, 5:32 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

স্বৰ্গীয় ইৰফান খানৰ পুত্ৰ বাবিল খানে কালাৰ সৈতে তেওঁৰ অভিনয় দক্ষতা প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে (Babil Khan latest news ) ৷ নেটফ্লিক্সত 1 ডিচেম্বৰ 2022 তাৰিখে মুক্তি পাবলৈ সাজু হৈছে কালা । চলচ্চিত্ৰখনৰ সন্দৰ্ভত বাবিলে কয় যে ছবিখনত তৃপ্তি ডিমৰীয়ে সাংঘাতিক অভিনয় কৰিছে আৰু তেওঁ অন্বিতা দত্তৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখনৰ অংশ হ'বলৈ পাই সুখী । বাবিল আৰু তৃপ্তিৰ উপৰিও ছবিখনত স্বস্তিকা মুখাৰ্জী, অমিত শিয়াল, নীৰ ৰাও, অবিনাশ ৰাজ শৰ্মা আৰু আশীষ সিঙেও মুখ্য চৰিত্ৰত অভিনয় কৰিছে ।

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.