Mob lynching in Jorhat : যোৰহাট কাণ্ডৰ মূল অভিযুক্তৰ মৃত্যুৰ সন্দৰ্ভত আৰক্ষী অধীক্ষকৰ প্ৰতিক্ৰিয়া

By

Published : Dec 1, 2021, 1:55 PM IST

thumbnail

বুধবাৰৰ পুৱাৰে পৰা আনন্দৰ ঢল বৈছে যোৰহাট চহৰত ৷ এটাই মাথো কাৰণ- আছু নেতা অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ মূল অভিযুক্তৰ মৃত্যু ৷ জিলাখনৰ সৰ্বত্ৰে এই সন্দৰ্ভত আনন্দ-উল্লাস পৰিলক্ষিত হৈছে ৷ বিভিন্নজনে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ ক’লা ল’ৰাৰ মৃত্যু তথা এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়াইছে যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক অংকুৰ কুমাৰ জৈনে ৷ চাওকচোন আৰক্ষী অধীক্ষকগৰাকীয়ে কি ক’লে-

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.