ফলাফলৰ পিছত লুৰিণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া

By

Published : May 2, 2021, 10:35 PM IST

thumbnail

নাহৰকটীয়া আৰু দুলিয়াজান সমষ্টিৰ পৰা পৰাজয় হোৱাৰ পাছতে সংবাদ মাধ্যমৰ আগত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ প্ৰথম প্ৰতিক্ৰিয়া । 2021 চনৰ বিধানসভা সমষ্টিৰ নিৰ্বাচনত অসম জাতীয় পৰিষদে এটাও সমষ্টিত জয় লাভ কৰিবলৈ সক্ষম নহ’ল, যাৰ বাবে আজি সভাপতি গৰাকীয়ে প্ৰাৰ্থীসকলক হতাশ হ’বলৈ মানা কৰিছে । কিয়নো এইখন জাতিৰক্ষাৰ যুঁজ বুলি আখ্যা দিয়ে সভাপতি গৰাকীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.