লাভলীনালৈ শুভেচ্ছা নলবাৰী Amateur Boxing Association ৰ

By

Published : Aug 3, 2021, 6:39 PM IST

thumbnail

মাথো কেইটামান ঘণ্টা বাকী । 4 আগষ্ট অৰ্থাৎ বুধবাৰে পুনৰ বক্সিঙৰ ৰিঙত সোমাব অসম কন্যা লাভলীনা ৷ টকিঅ’ অলিম্পিক (Tokyo Olympics)ৰ বক্সিঙৰ 69 কেজিৰ ছেমি ফাইনেলত ইতিমধ্যে প্ৰৱেশ কৰিছে অসম কন্যা লাভলীনা বৰগোঁহাইয়ে(Boxer Lovlina Borgohain) ৷ যাক লৈ উৎসৱমুখৰ পৰিৱেশ এতিয়া ৰাজ্যত ৷ টকিঅ’ অলিম্পিক (Tokyo Olympics)লৈ যোৱা অসমৰ প্ৰথম মহিলা বক্সাৰ লাভলীনা বৰগোঁহাইক শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে মঙলবাৰে Nalbari District Amateur Boxing Association য়ে নলবাৰীস্থিত হৰি মন্দিৰত চাকি-বন্তি জ্বলাই ভগৱানৰ পৰা আশীষ বিচাৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.