সুৰজিৎ-সুখদেৱৰ দোকানৰ চাহৰ জুতি কিয় এৰিব নোৱাৰে লুধিয়ানাৰ শিক্ষাৰ্থীয়ে ?

By

Published : Jul 29, 2021, 12:42 PM IST

thumbnail

৬০ বছৰে একেখন চাহৰ দোকানকে চলাই আহিছে সুৰজিৎ সিং আৰু সুখদেৱ সিং নামৰ দুই ভাতৃয়ে । পঞ্জাৱ কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীয়ে এতিয়াও সুয়োগ পালেই চাহৰ জুতি ল'বলৈ আহে । চাহৰ সোৱাদতকৈও দুই ভাতৃৰ মৰমে আকৰ্ষিত কৰে শিক্ষাৰ্থীসকলক । চাওঁ আহক আমাৰ এক প্ৰতিবেদন ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.