Illegal Liquor in Nalbari: নলবাৰীৰ আৰিকুছিত ৰাইজে আবদ্ধ কৰি ৰাখিলে আৰক্ষীক

By

Published : Dec 25, 2022, 10:57 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

নলবাৰীৰ আৰিকুছি চ’কত আৱদ্ধ কমাৰকুছি আৰক্ষী (Public prevents police in Nalbari)। মদ ব্যৱসায়ীক আটক কৰিবলৈ অহাৰ সময়তে ৰাইজে আৱদ্ধ কৰিলে কমাৰকুছি আৰক্ষীক (Kamarkuchi Police Outpost)। কমল বৈশ্য নামৰ এগৰাকী অবৈধ সুৰা ব্যৱসায়ীক আটক কৰিবলৈ আহিছিল কমাৰকুছি আৰক্ষী । আনহাতে দীৰ্ঘদিন ধৰি কমাৰকুছি আৰক্ষীয়ে অবৈধ মদৰ ব্যৱসায়ীৰ পৰা ধন সংগ্ৰহ কৰি অহাৰ গুৰুতৰ অভিযোগ ৰাইজৰ ৷

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.