Keshab Mahanta on Dengue: স্বাস্থ্যমন্ত্ৰীয়ে ক'লে এই পৰ্যন্ত ডেংগুত মৃত্যু 3 জনৰ

By

Published : Nov 9, 2022, 1:02 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

ৰাজ্যত দৈনিক বৃদ্ধি পাইছে ডেংগু ৰোগীৰ সংখ্যা (Dengue cases on rise in Assam) ৷ ইতিমধ্যে এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ডেংগু প্ৰতিৰোধৰ বাবে জনসজাগতা আৰু ডেংগু মহৰ উৎস ধ্বংস কৰাৰ কাম আৰম্ভ কৰিছে (Anti Dengue Operation) ৷ সম্প্ৰতি ৰাজ্যত মুঠ 637 জন লোক ডেংগুত আক্ৰান্ত হৈছে (Dengue cases in Assam) ৷ এনে এক চিন্তনীয় পৰিস্থিতিৰ মাজতে কলিয়াবৰত মঙলবাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় যে মঙলবাৰৰ দিনটোতে ৰাজ্যত ৭৩ জন লোক ডেংগুত আক্ৰান্ত বুলি ধৰা পৰিছে (Minister Keshab Mahanta on Dengue) ৷ ইয়াৰে ২৫ জন ডিফু চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি হৈ আছে আৰু 4 জন গুৱাহাটীত ভৰ্তি হৈ আছে ৷ লগতে মৃত্যু হৈছে ৩ জনৰ (Death toll of Dengue) ৷

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.