অভিযোগৰ বাতৰি প্ৰচাৰ নকৰিবলৈ সংবাদ মাধ্যমক উপদেশ জয়ন্ত মল্ল বৰুৱাৰ

By

Published : Sep 10, 2022, 4:33 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

কোনোবাই অভিযোগ দিলেই বাতৰি প্ৰচাৰ নকৰিবলৈ আহ্বান জনালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷ মন্ত্ৰীগৰাকীৰ মতে এনে অভিযোগৰ বাতৰি টিআৰপিৰ বাবে প্ৰচাৰ কৰিলে সমাজ আৰু জাতিৰ অনিষ্ট হয় ৷ এচাম লোকে মিডিয়াত ওলাবলৈহে যিটি কথা কৈ থকা বুলি ক’লে মন্ত্ৰীগৰাকীয়ে (Minister Jayanta Malla Baruah)৷ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেনৰ(Assam recruitment scam allegation) অভিযোগ উত্থাপিত হোৱাৰ সন্দৰ্ভত বাতৰি প্ৰচাৰ কৰা সংবাদ মাধ্যমক একপ্ৰকাৰৰ নীতিশিক্ষা প্ৰদান কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Jayanta Malla Baruah on media)৷

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.