Leopard tranquilized in Chatai: ট্ৰেংকুলাইজ কৰা হ’ল চটাইত ত্ৰাস সৃষ্টি কৰা বাঘটোক

By

Published : Dec 27, 2022, 11:02 AM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

বন বিভাগৰ অহৰহ প্ৰচেষ্টাৰ অন্তত ট্ৰেংকুলাইজ কৰা হ’ল যোৰহাট জিলাৰ চটাইত ত্ৰাস চলোৱা নাহৰফুটুকীটোক (leopard tranquilized at Chatai) । কাজিৰঙাৰ পৰা অহা বিশেষ দলে ট্ৰেংকুলাইজ কৰে বাঘটোক (Tiger menace at Chatai) ৷ ১৭ জন কৈ লোকক আক্ৰমণ কৰিছিল বাঘটোৱে ৷ বাঘটো ইতিমধ্য বন বিভাগে চমজি লৈছে আৰু পৰৱৰ্তীকালত পৰীক্ষা-নিৰীক্ষা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে (Many injured in tiger attack)। টীয়কৰ চটাই বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান চৌহদত ওলাইছে নাহৰফুটুকীটো ৷ বাঘটোৰ আক্ৰমণত আহতসকলক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে ৷

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.