Youth lost his leg: খেতি কৰিবলৈ গৈ ভৰি হেৰুৱালে যুৱকে

By

Published : Nov 4, 2022, 11:03 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

পাৱাৰ টিলাৰ চলাই খেতি কৰিবলৈ গৈ দুৰ্ঘটনাত এজন কৃষকে হেৰুৱালে নিজৰ সোঁভৰি(Farmer lost his leg in Agricultural field) । কটা ভৰি পথাৰত ৰাখি চিকিৎসালয়লৈ অনা হ’ল আহত কৃষকজনক । কৰিমগঞ্জৰ নিলামবজাৰ আৰক্ষী থানাৰ অন্তৰ্গত ভগিৰখলা গাঁৱত সংঘটিত হৈছে এই ঘটনা । ভুক্তভোগী যুৱকজন ছাইমউদ্দিন বুলি জানিব পৰা হৈছে ৷ দুৰ্ঘটনাৰ পিছত গাঁৱৰ লোকে ততাতৈয়াকৈ আহত অৱস্থাত ছাইমউদ্দিনক নিলামবজাৰ প্ৰাথমিক চিকিৎসালয়লৈ নিয়ে যদিও তেওঁৰ অৱস্থা সংকটজনক হোৱাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ।

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.