BJP-UPPL ৰ যুটীয়া উদ্যোগত বিশাল বাইক ৰেলী

By

Published : Aug 14, 2022, 2:59 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail

স্বাধীনতাৰ অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি বিটিআৰ শুক্লাই ছেৰফাং পৰিষদীয় সমষ্টিত শনিবাৰে এক বিশাল বাইক ৰেলী উলিওৱা হয়(Azadi ka Amrit Mahotsav) ৷ বিটিআৰ শুক্লাই ছেৰফাং পৰিষদীয় সমষ্টিৰ বাঙালীপাৰাত BJP আৰু UPPL দলৰ যুটীয়া উদ্যোগত উলিওৱা হয় এই বাইক ৰেলী(Bike rally to create awareness) ৷ প্ৰায় পাঁচ শতাধিক লোকে অংশগ্ৰহণ কৰে এই বিশাল বাইক ৰেলীটোত ৷ বাঙালীপাৰাৰ পৰা আৰম্ভ হোৱা এই বিশাল বাইক ৰেলী নাওকাটা, মহৰিপাৰা, নিজবেতনা হৈ শুক্লাই ষ্টেডিয়ামত অন্ত পৰে । শুক্লাই ছেৰফাং সমষ্টিৰ ই এম ৰণেন্দ্ৰ নাৰ্জাৰীয়ে দেশৰ প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বানমৰ্মে সমষ্টিটোৰ প্ৰত্যেকজন লোককে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ অনুৰোধ জনায়(Har ghar Tiranga)।

Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.