খোজকাঢ়ি গৈ থকা অৱস্থাত কুঁৱাত পিচলি পৰিল যুৱক, হাহাকাৰ পৰিস্থিতি - man slipped into well - MAN SLIPPED INTO WELL

🎬 Watch Now: Feature Video

thumbnail
খোজ কাঢ়ি গৈ থকা অৱস্থাত কুঁৱাত পিচলি পৰিল যুৱক, হাহাকাৰ পৰিস্থিতি (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : June 14, 2024 at 1:27 PM IST

1 Min Read
Choose ETV Bharat

শিলচৰ, 14 জুন : কাছাৰ জিলাৰ উধাৰবন্ধৰ অৰুণাবন্দ চাহ বাগিচাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে । কুঁৱাত পৰিল কাৰ্তিক মুণ্ডা নামৰ এক যুৱক । অৱশ্য়ে SDRF ৰ অভিযানৰ ফলত কুঁৱাৰ পৰা জীৱন্তে উদ্ধাৰ কৰা হয় যুৱকজনক । শুকুৰবাৰে পুৱাৰ ভাগত কাছাৰৰ উধাৰবন্ধ অৰুণাবন্দ চাহ বাগিচাত সংঘটিত হৈছে এই ঘটনা । কুঁৱাত পৰাৰ ফলত গুৰুতৰভাৱে আহত হৈছে কাৰ্তিক মুণ্ডা ।

জানিব পৰা মতে, পৰিত্যক্ত কুঁৱাটোত ভৰি পিচলি পৰে কাৰ্তিকৰ । লগে লগে কাৰ্তিকে হুলস্থূল কৰাৰ ফলত স্থানীয় লোকসকলে তেওঁক কুৱাৰ পৰা উদ্ধাৰ কৰিবলৈ চেষ্টা চলাই যদিও বিফল হয় । লগে লগে স্থানীয় লোকে SDRF বাহিনীক খবৰ দিয়ে । তাৰ পিচতে SDRF ৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ কেইবাঘণ্টা অভিযান চলাই কুঁৱাৰ পৰা অচেতন অৱস্থাত যুৱকজনক উদ্ধাৰ কৰি SMCH লৈ প্ৰেৰণ কৰে । বৰ্তমান যুৱকজন সংকটজনক অৱস্থাত SMCH ত চিকিৎসাধীন হৈ আছে ।

লগতে পঢ়ক: বৰপেটাৰ ডাম্পিং গ্ৰাউণ্ডত নৱজাতকৰ মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details