ETV Bharat / state

Road accident in Tezpur: তেজপুৰত পথ দুর্ঘটনাত নিহত দুজন

author img

By

Published : Nov 28, 2022, 9:12 AM IST

তেজপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুখন ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ ৷ দুৰ্ঘটনাটোত থিতাতে নিহত দুজন লোক ৷

Driver killed in road accident in Tezpur
তেজপুৰত পথ দুর্ঘটনাত নিহত দুজন

  • তেজপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা(Road Accident in Tezpur)
  • দুখন ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ
  • দুৰ্ঘটনাটোত থিতাতে নিহত দুজন লোক
  • ইয়াৰে এজন ডাম্পাৰৰ চালক আৰু আনজন সহযোগী
  • আনহাতে আহত আন দুজন লোকক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ
  • তেজপুৰৰ বৰঘাটত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো
    Driver killed in road accident in Tezpur
    তেজপুৰত পথ দুর্ঘটনাত নিহত দুজন
  • বৰঘাট অঞ্চলৰ মাজেৰে চৌকিঘাত সংযোগী পথৰ নিৰ্মাণ কাৰ্য্যত ব্যৱহৃত আছিল ডাম্পাৰ দুখন
  • পথত গতি ৰোধক নথকাৰ বাবেই দুৰ্ঘটনাটো সংঘতিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.