ETV Bharat / state

তেজপুৰৰ পৰা অস্ত্ৰসহ আটক এজন

author img

By

Published : Mar 22, 2019, 1:50 AM IST

ঠেলামৰা আৰক্ষী আৰু 20 আছাম ৰাইফলছৰ যুটীয়া অভিযানত আটক লোকজন

৯ এম এম পিষ্টল

  • তেজপুৰৰঠেলামৰাতঅস্ত্ৰসহ আটক এজন লোক
  • আটকাধীন লোকজন বিষ্ণু জেনা বুলি চিনাক্ত
  • ঠেলামৰা আৰক্ষী আৰু 20 আছাম ৰাইফলছৰ অভিযানত আটক লোকজন
  • লোকজনৰ পৰা উদ্ধাৰ এটি আমেৰিকাত নিৰ্মিত ৯ এম এম পিষ্টলৰ লগতে এটা মেগজিন
  • আৰক্ষীয়ে লোকজনৰ সোধা পোছাঅব্যাহত ৰাখিছে
Date : 21/03/2019
*ঢেকিয়াজুলি ঠেলামৰাত মাৰান্অশ্ৰসহ এজনক আটক ।* 

তেজপুৰ : শোনিতপুৰ জিলাৰ ঢেকিয়াজুলি সমষ্ঠেটিৰ অন্তৰগত     ঠেলামৰাত মাৰান্অশ্ৰসহ এজনক আটক ।

 আমেৰিকাত নিৰ্মিত ৯ এম এম খালী মেগজিন সহ এজনক আটক কৰিছে। 

আটকাধীন ব্যক্তিজনৰ নাম বিষ্ণু জেনা।

 আজি বিয়লি প্ৰায় ৪ বজাত ঠেলামৰা আৰক্ষী আৰু  ২০ অসম ৰাইফলছৰ তহলদাৰী দলে এক গোপন সূত্রৰ  পম খেদি ঠেলামৰা আৰক্ষীৰ থানাৰ অন্তৰ্গত বৰগাওঁ চেন্টাৰৰ পৰা আটক বিষ্ণু জেনাক(৩২)।

বিষ্ণু জেনাৰ সৈতে আৰু এজন লোক জড়িত থকাৰ সন্দেহ অসম ৰাইফলচৰ।

 আটকাধীন ব্যক্তিজন কোনো উগ্ৰপন্থীৰ সংগঠনেৰেই জড়িত নেকি  এই ক্ষেত্রত  ঠেলামৰা আৰক্ষীয়ে কোনো তথ্য পোৱা নাই যদিও তদন্তৰ অন্তত  সকলো তথ্য পোহৰলৈ আহিব। 

বৰ্তমান ঠেলামৰা আৰক্ষীয়ে আটকাধীন ব্যক্তিজনক সোধপোচ অব্যাহত ৰাখিছে ।
  

ঢেকিয়াজুলিৰ পৰা অমল নাথৰ সহযোগত প্ৰনৱ কুমাৰ দাস , ইটিভি ভাৰত অসম তেজপুৰ 
২১/৩/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.