ETV Bharat / state

নলবাৰী মহাবিদ্যালয়ৰ গেটত কেব বিৰোধী পোষ্টাৰ

author img

By

Published : Dec 8, 2019, 9:22 AM IST

নিশা পোষ্টাৰিঙক লৈ নলবাৰীত সৃষ্টি হয় চাঞ্চল্য ৷ নলবাৰী মহাবিদ্যালয়ৰ গেটত নিশা কোনো প্ৰতিবাদকাৰীয়ে ওলোমাই মন্ত্ৰী ফণীভূষণ চৌধুৰী, অতুল বৰাৰ লগতে কেশৱ মহন্তৰ নামৰ পোষ্টাৰ ৷
Nalbari College posters against CAB
নলবাৰী মহাবিদ্যালয়ৰ গেটত কেব বিৰোধী পোষ্টাৰ

নলবাৰী, 8 নৱেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ উত্তপ্ত অসমৰ শেহতীয়া পৰিস্থিতি ৷ চৌদিশে কেৱল কেব বিৰোধী প্ৰতিবাদ ৷ শনিবাৰে নিশা পোষ্টাৰিঙক লৈ নলবাৰীত সৃষ্টি হয় চাঞ্চল্য ৷ নলবাৰী মহাবিদ্যালয়ৰ গেটত শনিবাৰে নিশা কোনো প্ৰতিবাদকাৰীয়ে ওলোমাই মন্ত্ৰী ফণীভূষণ চৌধুৰী, অতুল বৰাৰ লগতে কেশৱ মহন্তৰ নামত কেইবাখনো কেব বিৰোধী পোষ্টাৰ ৷

নলবাৰী মহাবিদ্যালয়ৰ গেটত কেব বিৰোধী পোষ্টাৰ

আৰু পঢ়ক- নগাওঁ মহাবিদ্যালয়তো জ্বলিছে কেব বিৰোধী জুইঃ আন্দোলনত অংশ ল'লে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই

Intro:CAB লৈ জ্বলিছে অসম ।

চৌদিশে কেৱল কেৱ বিৰোধী প্ৰতিবাদ‌।

নিশা পোষ্টাৰিংঙক লৈ নলবাৰীত চাঞ্চল্য।Body:কেৱক লৈ ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ।চৌদিশে কেৱল কেৱ বিৰুদ্ধে আন্দোলন।
CAB বিৰুদ্ধে দল সংগঠনৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে নিশা নলবাৰী মহাবিদ্যালয়ৰ গেটত কোনোৱাই ওলোমালে এই সমূহ পোষ্টাৰ । কোনোৱা কে'ব বিৰোধিতা কৰা সচেতন লোকে মন্ত্ৰী ফনী ভূষণ চৌধুৰি,অতুল বৰা আৰু কেশৱ মহন্তৰ নামৰ পোষ্টাৰিং কৰা পৰিলক্ষিত হৈছে ।ইতিমধ্যে এই সমূহ পোষ্টাৰিংঙক লৈ নলবাৰী চহৰত এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে ।Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.