ETV Bharat / state

Theft in Nagaon: নগাঁৱত অব্যাহত চোৰৰ উপদ্ৰৱ

author img

By

Published : Nov 28, 2022, 8:35 AM IST

Updated : Nov 28, 2022, 10:00 AM IST

নগাঁও আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ নগাঁও চহৰত চোৰৰ উপদ্ৰৱ বৃদ্ধি (Theft continues in Nagaon Town) ৷ দেওবাৰে নিশা নগাঁৱত আন এক চুৰিকাণ্ডৰ ঘটনা ৷ সদৰ আৰক্ষী থানাৰ সমীপৰ বাসগৃহতেই চোৰে চলালে লুটপাত (Theft in Nagaon) ৷

Theft continues in Nagaon Town
নগাঁৱত অব্যাহত চোৰৰ উপদ্ৰৱ

  • নগাঁও আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ নগাঁও চহৰত চোৰৰ উপদ্ৰৱ বৃদ্ধি (Theft continues in Nagaon Town)
  • দেওবাৰে নিশা নগাঁৱত আন এক চুৰিকাণ্ড
  • সদৰ আৰক্ষী থানাৰ সমীপৰ বাসগৃহতেই চোৰে চলালে লুটপাত (Theft in Nagaon)
  • খ্ৰীষ্টানপট্টিৰ আৰ কে বি ৰোডৰ জনৈক কে পি চৌধুৰীৰ বাসগৃহত চোৰে চলালে চাফাই
  • চোৰে লুটি নিলে বহু লক্ষাধিক টকাৰ আ-অলংকাৰ, নগদ ধন আৰু অন্যান্য মূল্যবান সামগ্ৰী
  • সন্মুখৰ গ্ৰীল আৰু দৰ্জা ভাঙি ঘৰটোত প্ৰৱেশ কৰিছিল চোৰ
  • আৰক্ষী থানাৰ নিলগতে সংঘটিত এই চুৰিকাণ্ডক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ
    নগাঁৱত অব্যাহত চোৰৰ উপদ্ৰৱ
Last Updated :Nov 28, 2022, 10:00 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.