ETV Bharat / state

Road accident in Raha: ৰহাত ভয়ংকৰ পথ দুৰ্ঘটনা

author img

By

Published : Dec 10, 2022, 7:28 AM IST

Updated : Dec 10, 2022, 10:08 AM IST

ৰহাৰ জোঙালবলহু গড়ত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ চাৰিলেনযুক্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ঘটনা (Road accident in Raha) ৷ দুৰ্ঘটনাটোত থিতাতে দুজন নিহত হোৱাৰ বিপৰীতে আহত হয় আন দুজন ৷

Truck Drivers killed in road accident in Raha
ৰহাত ভয়ংকৰ পথ দুৰ্ঘটনা

  • ৰহাত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in Raha)
  • ৰহাৰ জোঙালবলহু গড়ত শুকুৰবাৰে নিশা সংঘটিত হয় দুৰ্ঘটনাটো
  • চাৰিলেনযুক্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা এখন ট্ৰাকক খুন্দিয়ালে আন এখন ট্ৰাকে
  • দুৰ্ঘটনাটোত থিতাতে নিহত হৈছে দুজন লোক (Person killed in Road accident)
  • আনহাতে আহত হৈছে আন দুজন লোক
  • ইয়াৰে এজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে
  • নিহতৰ ভিতৰত এজন ৰহাৰ দীঘলীআটিৰ আব্বাছ আলী (৪৫) (Truck Driver killed in road accident)
  • আব্বাছ আলী আছিল দুৰ্ঘটনাগ্ৰস্ত এখন ট্ৰাকৰ চালক
  • বৰ্তমানলৈ আনজন নিহত লোকৰ পৰিচয় চিনাক্ত কৰিব পৰা নাই আৰক্ষীয়ে
  • দুৰ্ঘটনাস্থলীত উপস্থিত ৰহা আৰক্ষীয়ে আহত দুজনক চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে
    ৰহাত ভয়ংকৰ পথ দুৰ্ঘটনা
Last Updated :Dec 10, 2022, 10:08 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.