ETV Bharat / state

নগাঁও চহৰৰ কেবাটাও উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰিব মন্ত্ৰী অশোক সিংঘালে

author img

By

Published : Aug 31, 2022, 8:39 AM IST

Updated : Aug 31, 2022, 2:28 PM IST

আজি নগাঁৱলৈ নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘাল (Minister Ashok Singhal) ৷ আধাৰশিলা স্থাপন কৰিব কেবাটাও উন্নয়নমূলক কামৰ ৷ কেইবাখনো উদ্যানৰো কৰিব শুভ উদ্ধোধন ৷ দীর্ঘদনে বন্ধ হৈ থকা প্ৰণৱ বৰুৱা উদ্যানো শুভাৰম্ভ কৰিব মন্ত্ৰী অশোক সিংঘালে ৷

Minister Ashok Singhal will inaugurate several development works in Nagaon
নগাঁও চহৰৰ কেবাটাও উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰিব মন্ত্ৰী অশোক সিংঘালে

  • আজি নগাঁৱলৈ নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘাল (Minister Ashok Singhal)
  • আধাৰশিলা স্থাপন কৰিব কেবাটাও উন্নয়নমূলক কামৰ
  • শুভ উদ্ধোধন কৰিব কেইবাখনো উদ্যানৰো
  • দীর্ঘদিনে বন্ধ হৈ থকা প্ৰণৱ বৰুৱা উদ্যানখনৰো শুভাৰম্ভ কৰিব মন্ত্ৰী অশোক সিংঘালে
  • তাৰোপৰি চৰকাৰী বিষয়াৰ সৈতে পৰ্যালোচনা সভাতো ভাগ ল'ব মন্ত্ৰীগৰাকীয়ে
  • বিয়লি এখন দলীয় সভাত অংশগ্ৰহণ কৰিব নগৰ উন্নয়ন মন্ত্ৰীগৰাকীয়ে
Last Updated :Aug 31, 2022, 2:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.