ETV Bharat / state

বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল নগাঁও সদৰ থানাত

author img

By

Published : Dec 28, 2019, 2:39 AM IST

মৃণাল শইকীয়াৰ বিৰুদ্ধে এজাহাৰ
মৃণাল শইকীয়াৰ বিৰুদ্ধে এজাহাৰ

খুমটাই বিধানসভা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল, সদৌ অসম নিবনুৱা সন্থাৰ নগাঁও জিলা সমিতিৰ ৷

নগাঁও, 27 ডিচেম্বৰ: উচটনিমূলক মন্তব্য প্ৰকাশৰ অভিযোগত নগাঁও আৰক্ষী থানাত গোচৰ ৰুজু এগৰাকী বিজেপিৰ বিধায়কৰ বিৰুদ্ধে ৷ এই অভিযোগ খুমটাই বিধানসভা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে ৷

মৃণাল শইকীয়াৰ বিৰুদ্ধে এজাহাৰ
মৃণাল শইকীয়াৰ বিৰুদ্ধে এজাহাৰ

ৰাজ্যৰ ভিন্ন প্ৰান্তত CAA বিৰোধী প্ৰতিবাদ অব্যাহত থকাৰ মাজতে 'বিজেপিৰ এজনক মাৰিলে দহ জনক মাৰিব, এটা ঘৰ জ্বলালে দহটা ঘৰ জ্বলোৱা হ'ব' বুলি চাবুৱা সমষ্টিত অনুষ্ঠিত বিজেপিৰ এক দলীয় সভাত মৃণাল শইকীয়াৰ উচতনিমূলক ভাষ্যৰ বাবে, নগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰিছে, সদৌ অসম নিবনুৱা সন্থাৰ নগাঁও জিলা সমিতিয়ে ৷ লগতে এজাহাৰৰ ভিত্তিত বিধায়ক গৰাকীক গ্ৰেপ্তাৰৰো দাবী জনায় সংগঠনটোৱে ৷

মৃণাল শইকীয়াৰ বিৰুদ্ধে এজাহাৰ

লগতে পঢ়ক: মৃণাল শইকীয়াক গ্ৰেপ্তাৰৰ দাবী লাচিত সেনাৰ

Intro:বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে নগাওঁ সদৰ আৰক্ষী থানাত গোচৰ। Body:উচটনিমূলক মন্তব্য দিয়াৰ অভিযোগত বিজেপি বিধায়কৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে নগাওঁ সদৰ আৰক্ষী থানাত। খুমতাই বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে নগাওঁ সদৰ থানাত এজাহাৰ দাখিল কৰিছে সদৌ অসম নিবনুৱা সন্থাৰ নগাওঁ জিলা সমিতিয়ে। লগতে উচটনি দিয়াৰ অভিযোগত দাখিল কৰা এজাহাৰৰ ভিত্তিত বিধায়ক মৃণাল শইকীয়াক গ্ৰেপ্তাৰৰ দাবী সংগঠনটোৰ।
Bite
___;__;______;;;;;________
ৰকিবুল ওৱাহিদ, নগাওঁ
27-12-19Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.