ETV Bharat / state

Fire at Bihpuria: অগ্নিকাণ্ডত দোকানসহ এজন ভস্মীভূত হোৱাৰ সন্দেহ

author img

By

Published : Nov 28, 2022, 9:56 AM IST

Updated : Nov 28, 2022, 10:11 AM IST

লখিমপুৰ জিলাৰ বিহপুৰীয়াত ভয়ংকৰ অগ্নিকাণ্ড (Fire at Bihpuria) ৷ বিহপুৰীয়াৰ সন্তপুৰ পাঁচআলিত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত প্ৰায় ৪ খনকৈ দোকান ভস্মীভূত ৷

Fire at Bihpuria Man suspected to burnt down along with shop
বিহপুৰীয়াত ভয়ংকৰ অগ্নিকাণ্ড, দোকানসহ এজন ভস্মীভূত হোৱাৰ সন্দেহ

  • লখিমপুৰ জিলাৰ বিহপুৰীয়াত ভয়ংকৰ অগ্নিকাণ্ড(Fire at Bihpuria)
  • বিহপুৰীয়াৰ সন্তপুৰ পাঁচআলিত সংঘটিত হয় এই অগ্নিকাণ্ড
  • অগ্নিকাণ্ডত প্ৰায় ৪ খনকৈ দোকান ভস্মীভূত
  • ৰমেশ গগৈ নামৰ এজন লোক শুই থকা অৱস্থাত দোকানসহ ভস্মীভূত হোৱাৰ সন্দেহ
    অগ্নিকাণ্ডত দোকানসহ এজন ভস্মীভূত হোৱাৰ সন্দেহ
Last Updated :Nov 28, 2022, 10:11 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.