ETV Bharat / state

Drugs seized: বোকাজানত প্ৰায় 5 কোটি টকাৰ ড্ৰাগছ জব্দ

author img

By

Published : Nov 11, 2022, 10:43 PM IST

huge amount of suspected heroin seaized at bokajan
বোকাজান আৰক্ষীৰ জাালত বুজন পৰিমাণৰ ড্ৰাগছ

বোকাজান আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমানৰ ড্ৰাগছ (Suspected heroin seized in Bokajan) । প্ৰাপ্ত খবৰ অনুসৰি বোকাজানৰ মাতিপুল গাঁৱৰ ৰেলৱে ক্ৰচিংত ডিমাপুৰ দিশৰ পৰা খোজকাঢ়ি এটা বেগত এজন ব্যক্তিয়ে আনি থকা অৱস্থাত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি ।

  • বোকাজান আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান (Anti drugs mission of Bokajan police)
  • অভিযানত জব্দ বুজন পৰিমাণৰ সন্দেহযুক্ত হেৰ'ইন (Suspected heroin seized in Bokajan)
  • জব্দকৃত হেৰ'ইনখিনিৰ বজাৰ মূল্য প্ৰায় ৫ কোটি টকা (Drugs seized in Bokajan)
    huge amount of suspected heroin seaized at bokajan
    বোকাজান আৰক্ষীৰ জাালত বুজন পৰিমাণৰ ড্ৰাগছ
  • ডিমাপুৰৰ দিশৰ পৰা আহি থকা এজন ব্যক্তিৰ পৰা জব্দ কৰে ড্ৰাগছখিনি
  • ড্ৰাগছসহ আটক কৰে নাৱাজ খান নামৰ লোকজনক
  • ৫৫ টা চাবোনৰ বাকচত মুঠ ৬৮৫ গ্ৰাম হেৰ'ইন জব্দ কৰে আৰক্ষীয়ে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.