ETV Bharat / state

Sahitya Sabha President: ড৹ সূৰ্যকান্ত হাজৰিকা অসম সাহিত্য সভাৰ সভাপতি হিচাবে নিৰ্বাচিত

author img

By

Published : Dec 24, 2022, 7:01 PM IST

ড৹ সূৰ্যকান্ত হাজৰিকা নিৰ্বাচিত হ’ল অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি হিচাবে ৷ শনিবাৰৰ ভোটগণনাৰ অন্তত (Dr Surjya Kanta Hazarika)ঘোষণা কৰা হয় অসম সাহিত্য সভাৰ নতুন সমিতি ৷

Sahitya Sabha President
অসম সাহিত্য সভাৰ সভাপতি

  • ঘোষণা কৰা হ’ল অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতিৰ নাম (Asam Sahitya Sabha election result)
  • শনিবাৰে অনুষ্ঠিত হয় ভোটগণনা
  • ড৹ সূৰ্যকান্ত হাজৰিকা(Dr Surjya Kanta Hazarika) নিৰ্বাচিত হ’ল পৰৱৰ্তী সভাপতি হিচাবে
  • উপ-সভাপতি পদত জয়ী হ’ল গিৰীশ সন্দিকৈ
  • প্ৰধান সম্পাদকৰ পদত জয়ী হয় উপেন্দ্ৰজিৎ শৰ্মা
  • আগন্তুক নাৰায়ণপুৰ অধিৱেশনত দায়িত্ব গ্ৰহণ কৰিব নতুন সমিতিখনে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.