ETV Bharat / state

দিল্লীত উপস্থিত হোৱা লখিমপুৰৰ যুৱকদ্বয়ক সহায়ৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

author img

By

Published : May 14, 2020, 2:26 PM IST

যুৱকদ্বয়ক তৎকালে উদ্ধাৰ কৰি চিকিৎসা আৰু আশ্ৰয়ৰ ব্যৱস্থা কৰিবলৈ নতুন দিল্লীৰ অসম ভৱন কৰ্তৃপক্ষক আজি নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । অসম ভৱনৰ পৰা যোৱা এটা দলে ইতিমধ্যে উদ্ধাৰ কৰিছে এই যুৱক দুজনক ।

দিল্লীত উপস্থিত হোৱা লখিমপুৰৰ যুৱকদ্বয়ক সহায়ৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
দিল্লীত উপস্থিত হোৱা লখিমপুৰৰ যুৱকদ্বয়ক সহায়ৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ১৪ মে': লক ডাউনৰ ফলত চণ্ডীগড়ত আবদ্ধ হৈ পাচত পদব্ৰজে নতুন দিল্লীত উপস্থিত হোৱা অসমৰ দুই যুৱকক সহায়ৰ বাবে আগবাঢ়ি আহিছে অসম চৰকাৰ । উল্লেখ্য যে লখিমপুৰ জিলাৰ পহুমৰা আৰু মদাৰগুৰিৰ ৰাজা দলে আৰু সন্তোষ বৰা নামৰ যুৱক দুজন ইতিমধ্যে আহি দিল্লীত উপস্থিত হৈছে ।

যুৱকদ্বয়ক তৎকালে উদ্ধাৰ কৰি চিকিৎসা আৰু আশ্ৰয়ৰ ব্যৱস্থা কৰিবলৈ নতুন দিল্লীৰ অসম ভৱন কৰ্তৃপক্ষক আজি নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

অসম ভৱনৰ পৰা যোৱা এটা দলে ইতিমধ্যে উদ্ধাৰ কৰিছে এই যুৱক দুজনক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.