ETV Bharat / state

Good news for Assam govt employees: ৪ শতাংশ বৃদ্ধি চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া বানচ

author img

By

Published : Oct 23, 2022, 9:55 AM IST

Updated : Oct 23, 2022, 12:05 PM IST

দেৱালী উপলক্ষে ৰাজ্যৰ কৰ্মচাৰীলৈ উপহাৰ মুখ্যমন্ত্ৰীৰ (Diwali 2022) । ৰাজ্যিক বিষয়া আৰু কৰ্মচাৰী তথা সৰ্বভাৰতীয় সেৱাৰ বিষয়াসকলৰ মৰগীয়া বানচ ৪ শতাংশ বৃদ্ধিৰ কৰাৰ ঘোষণা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ এই বৃদ্ধি ২০২২ বৰ্ষৰ পহিলা জুলাইৰ পৰা কাৰ্যকৰী হ'ব ৷ চলিত মাহৰ দৰমহাৰ সৈতে বিষয়া-কৰ্মচাৰীসকলে লাভ কৰিব এই বৰ্দ্ধিত মৰগীয়া বানচ ৷

4 percent additional Dearness Allowance for Assam Govt employees
৪ শতাংশ বৃদ্ধি পাইছে চৰকাৰী কৰ্মচাৰী বানচ

  • চৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ (Good news for govt employees)
  • বৃদ্ধি পাইছে চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া বানচ
  • ৪ শতাংশ বৃদ্ধি পাইছে চৰকাৰী কৰ্মচাৰী মৰগীয়া বানচ (Additional Dearness Allowance for Assam Govt employees)
  • 2022 বৰ্ষৰ পহিলা জুলাইৰ পৰা কাৰ্যকৰী হ'ব এই সিদ্ধান্ত
  • চলিত মাহৰ দৰমহাতে কৰ্মচাৰীয়ে লাভ কৰিব এই মৰগীয়া বানচ
  • টুইটযোগে এই কথা ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma Tweet)
Last Updated :Oct 23, 2022, 12:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.