ETV Bharat / state

বাণিজ্য শাখাত পঞ্চম স্থান টীয়কৰ অংকুৰ জ্যোতি ভূঞাৰ

author img

By

Published : Jun 25, 2020, 9:47 AM IST

Updated : Jun 25, 2020, 10:15 AM IST

বাণিজ্য শাখাত পঞ্চম স্থান টীয়কৰ অংকুৰ জ্যোতি ভূঞাৰ
বাণিজ্য শাখাত পঞ্চম স্থান টীয়কৰ অংকুৰ জ্যোতি ভূঞাৰ

যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা লাভ কৰিছে এই সাফল্য ৷ অংকুৰৰ ঘৰৰ টীয়কৰ দ-গুৱাল গাঁৱত ৷ অংকুৰৰ দেউতাক পেছাত এজন ক্ষুদ্ৰ ব্যৱসায়ী ৷

টীয়ক, 25 জুনঃ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত বাণিজ্য শাখাত অসমৰ ভিতৰতে পঞ্চম স্থান লাভ কৰিছে যোৰহাট টীয়কৰ অংকুৰ জ্যোতি ভূঞাই ৷ যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা লাভ কৰিছে এই সাফল্য ৷ অংকুৰৰ ঘৰৰ টীয়কৰ দ-গুৱাল গাঁৱত ৷ অংকুৰৰ দেউতাক পেছাত এজন ক্ষুদ্ৰ ব্যৱসায়ী ৷

বাণিজ্য শাখাত পঞ্চম স্থান টীয়কৰ অংকুৰ জ্যোতি ভূঞাৰ
উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত বাণিজ্য শাখাৰ ছাত্ৰ অংকুৰ জ্যোতি ভূঞাই মুঠ ৪৬০ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে

লগতে চাওকঃ খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে মহানগৰীয়া জীৱন

Last Updated :Jun 25, 2020, 10:15 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.