ETV Bharat / state

Mob Lynching at Moran : কাৰ্বি আংলঙৰ ডকমকা কাণ্ডৰ পুনৰাবৃত্তি হ’ল মৰাণত

author img

By

Published : Nov 16, 2022, 5:30 PM IST

মৰাণৰ পুনৰাবৃত্তি হ’ল অভি-নীল ঘটনাৰ (Mob Lynching at Moran)৷ দুৰ্বৃত্তই দলে এজন যুৱকক গুৰুলাগুৰলকৈ প্ৰহাৰ কৰি কাঢ়ি নিলে মোবাইল ফোন আৰু চেইন ৷

Mob Lynching at Moran
কাৰ্বি আংলঙৰ ডকমকা কাণ্ডৰ পুণৰাবৃতি হ’ল মৰাণত

  • মৰাণত পুণৰাবৃত্তি হ’ল অভি-নীল ঘটনাৰ(Abhi Neel mob lynching case)
  • দুৰ্বৃত্তই দলে এজন যুৱকক গুৰুলা গুৰলকৈ প্ৰহাৰ কৰি কাঢ়ি নিলে মোবাইল ফোন আৰু চেইন
  • মঙলবাৰে সন্ধিয়া সংঘটিত হয় ঘটনাটো(Mob Lynching at Moran)
  • গণ প্ৰহাৰৰ বলি হোৱা যুৱকজনৰ নাম মৃণাল চাংমাই
  • সম্প্ৰতি মৰাণ মেডিকেল চেন্টাৰত চিকিৎসাধীন হৈ আছে যুৱকজন
  • ঘটনা সন্দৰ্ভত মৰাণহাট আৰক্ষী থানাত(Moranhat Police Station) দাখিল কৰা হয় এজাহাৰ
  • আৰক্ষীয়ে দুৰ্বৃত্তৰ দলটোৰ নাছিৰ আলি, নানো আলি আৰু মোবাৰক আলীক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰে
    কাৰ্বি আংলঙৰ ডকমকা কাণ্ডৰ পুণৰাবৃতি হ’ল মৰাণত
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.