ETV Bharat / state

ধুবুৰীত দুষ্প্ৰাপ্য বনৰৌ উদ্ধাৰ

author img

By

Published : Aug 20, 2019, 1:31 PM IST

ধুবুৰীত দুষ্প্ৰাপ্য বনৰৌ উদ্ধাৰ

ধুবুৰী জিলাৰ অসমবংগ সীমান্তৰ ছোটোগুমাত এটা দুষ্প্ৰাপ্য বনৰৌ উদ্ধাৰ ৷

ধুবুৰী,20 আগষ্টঃ ধুবুৰী জিলাৰ অসমবংগ সীমান্তৰ ছোটোগুমাত আজি পুৱা এটা দুষ্প্ৰাপ্য বনৰৌ উদ্ধাৰ ৷ মঙলবাৰে পুৱা ছোটোগুমা পঞ্চায়ত কাৰ্যালয়ৰ পাচফালে স্থানীয় ৰাইজে এটা বনৰৌ উদ্ধাৰ কৰে | ছোটোগুমা চকীৰ আৰক্ষীয়ে খবৰ লাভ কৰি তত্ক্ষণাত্ বনৰৌটো ৰাইজৰ পৰা উদ্ধাৰ কৰি ছাগলীয়া আঞ্চলিক বন বিভাগক গতাই দিয়ে। বন বিভাগে জনোৱা মতে শীঘ্ৰে বনৰৌটোক বনাঞ্চলত মুকলি কৰি দিব।

Intro:ধুবুৰী জিলাৰ অসমবংগ সীমান্তৰ ছোটোগুমাত আজি পূৱা বনৰৌ এটা উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে | Body:জানিব পৰা মতে, ছোটোগুমা পঞ্চায়ত কাৰ্যালয়ৰ পাছফালে স্থানীয় ৰাইজে বনৰৌ এটা প্ৰত্যক্ষ কৰি আটক কৰিব সক্ষম হয় | ছোটোগুমা চকীৰ আৰক্ষীয়ে খবৰ লাভ কৰি তত্ক্ষণাত্ বনৰৌটো ৰাইজৰ পৰা উদ্ধাৰ কৰি ছাগলীয়া আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ত জমা দিয়ে |Conclusion:বন বিভাগে বনৰৌটো বনাঞ্চলত এৰি দিয়াৰ যোজা চলাইছে |
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.