ETV Bharat / state

Mangaldoi civil hospital incident: মঙলদৈ অসামৰিক চিকিৎসালয়ত গৰম তেলে পুৰিলে দেৱশিশুক

author img

By

Published : Dec 11, 2022, 6:33 PM IST

মঙলদৈ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষৰ চূড়ান্ত দ্বায়িত্বজ্ঞানহীনতা ৷ নাৰ্চৰ ভুলৰ বাবেই গৰম তেলে পুৰিলে এটি নৱজাতকক ৷ শিশুটি ICU ত থকা অৱস্থাতেই সংঘটিত হয় এই ভয়ংকৰ ঘটনা ৷ নৱজাতকটিৰ দেহ আৰু মুখমণ্ডল বেয়াকৈ পুৰিলে গৰম তেলে ৷

Mangaldoi civil hospital incident
মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত ভয়ংকৰ ঘটনা, গৰম তেলে পুৰিলে দেৱশিশুক

  • মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত ভয়ংকৰ ঘটনা, গৰম তেলে পুৰিলে দেৱশিশুক
  • মঙলদৈ অসামৰিক চিকিৎসালয়ৰ চূড়ান্ত দ্বায়িত্বজ্ঞানহীনতা( Mangaldoi civil hospital)
  • নাৰ্চৰ ভুলৰ বাবেই গৰম তেলে পুৰিলে এটি নৱজাতকক(New born child burnt with hot oil)
  • শিশুটি ICU ত থকা অৱস্থাতেই সংঘটিত হয় এই ভয়ংকৰ ঘটনা
  • নৱজাতকটিৰ দেহ আৰু মুখমণ্ডল বেয়াকৈ পুৰিলে গৰম তেলে
  • নাৰ্চে নৱজাতকটিৰ পিতৃক ঘটনাটো প্ৰকাশ নকৰিবলৈ হেঁচা দিয়াৰ অভিযোগ
  • 4ডিচেম্বৰত মঙলদৈ অসামৰিক চিকিৎসালয়ত সংঘটিত হৈছিল এই ঘটনা
  • গুৰুতৰভাৱে আহত শিশুটি বৰ্তমানেও চিকিৎসাধীন হৈ আছে চিকিৎসালয়ত
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.