ETV Bharat / state

চিৰাঙৰ 31 নং চি ৰাষ্ট্ৰীয় ঘাই পথত দুৰ্ঘটনা

author img

By

Published : May 6, 2019, 5:25 PM IST

চিৰাঙত 31 নং চি ৰাষ্ট্ৰীয় ঘাই পথত দুৰ্ঘটনা

চিৰাঙৰ বিজনীৰ পৰা কোকৰাঝাৰলৈ গৈ থকা অৱস্থাত সমবায় সমিতিৰ পাঁচ জনকৈ লোক গুৰুতৰভাৱে আহত হয় ৷

চিৰাঙ, 6 মে': চিৰাঙৰ কাজলগাঁৱৰ 31 নং চি ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা । চিৰাঙৰ বিজনীৰ পৰা কোকৰাঝাৰলৈ গৈ থকা অৱস্থাত সমবায় সমিতিৰ পাঁচ জনকৈ লোক গুৰুতৰভাৱে আহত হয় ৷ আহত সকলক বঙাইগাঁৱৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

আৰু পঢ়ক: নগাঁও জিলাক চুই গ'ল বছৰৰ প্ৰথমটো বানে !

এএচ 15এম9002 নম্বৰৰ মাৰুতি ৱাগ’নাৰ গাড়ীৰে দুৰ্ঘটনাত পতিত লোক কেইজন ক্ৰমে বিজনী গোসাইগা‍ঁৱৰ শ্ৰীকান্ত ৰায় (৫৫), বিজনী পালেংবাৰীৰ মালেক আকন্দ (৫৪), মানিকপুৰ আওলাগুৰীৰ শংকৰ ৰায়(৪৮), বিজনী দুৰ্গা কলনিৰ সদেশ ৰঞ্জন দাস (৫৯), সৰভোগ কিছমতদাৰীৰ গৌতম কুমাৰ বৰ্মন(৪৫) বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

Intro:চিৰাঙৰ কাজলগাঁওৰ ৩১ নং চি ৰাষ্ট্ৰীয় ঘাই পথত দুৰ্ঘটনা । চিৰাঙৰ বিজনীৰ পৰা কোকৰাঝাৰ লৈ গৈ থকা অৱস্থাত সমবায় সমিতিৰ পা‍ঁচ জনকৈ লোক গুৰুতৰ ভাৱে আহত হৈ বঙাইগাঁওৰ ব‍্যাক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন । এএচ ১৫ এম_৯০০২ নম্বৰৰ মাৰুতি ৱাগন আৰ গাড়ী ৰে দুৰ্ঘটনাত পতিত লোক কেইজন ক্ৰমে বিজনী গোসাইগা‍ঁওৰ শ্ৰীকান্ত ৰায় (৫৫), বিজনী পালেংবাৰীৰ মালেক আকন্দ (৫৪), মানিকপুৰ আওলাগুৰীৰ শংকৰ ৰায়(৪৮), বিজনী দুৰ্গা কলনিৰ সদেশ ৰঞ্জন দাস (৫৯), সৰভোগ কিছমতদাৰীৰ গৌতম কুমাৰ বৰ্মন(৪৫) বুলি আৰক্ষীয়ে জনায় ।

বাইট : আৰক্ষীৰ ।
ফাইল নম্বৰ ৮১১ এফটিপিত দিছো ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।


Body:বাইট : আৰক্ষীৰ ।


Conclusion:ফাইল নম্বৰ ৮১১ এফটিপিত দিছো ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.