ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Oct 14, 2022, 11:26 AM IST

TOP 10 AT 11 AM
11 বজাৰ শীৰ্ষ 10 টা বাতৰি

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

Draupadi Murmu visited Kamakhya : মা কামাখ্যাৰ আশীষ ল’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুৱে

দুদিদুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুয়ের্মু শুকুৰবাৰে পুৱা নিলাচল পাহাৰত থকা কামাখ্যা মন্দিৰ দশন কৰে ৷ আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুয়ের্মু কামাখ্যা মন্দিৰত উপস্থিত হয়(Draupadi Murmu visited Kmakhya) ৷

Erosion in Kalgasia : খহনীয়াত সম্পূৰ্ণৰূপে জাহ যোৱাৰ পথত খাৰবাল্লী প্ৰাথমিক বিদ্যালয়

খহনী য়াত সম্পূৰ্ণৰূৰ্ণ পে জাহ যোৱাৰ পথত ৮০৬ নং খাৰবাল্লী প্ৰাথমিক বিদ্যালয় (School on the way to collapse in erosion) । আনফালে যন্ত্ৰচালিত নাৱেৰে কণ কণ ছাত্ৰ-ছাত্ৰীৰ বিপদ সংকুল যাত্ৰা । ভয়ংকৰ দুৰ্ঘদুটৰ্ঘনা সংঘটিত হোৱাৰ আশংকা । কাণসাৰ নাই জনপ্রতিনিধি কিম্বা জিলা প্ৰশাসনৰ (massive erosion in Kalgasia Barpeta)

AJP Press conference: মুখ্যমন্ত্ৰীয়ে নাগৰিকপঞ্জী অসাৰ কৰিব বিচাৰিছে

এন আৰ চিক লৈ সৰৱ এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈ (AJP President Lurinjyoti Gogoi)। নাগৰিকপঞ্জীৰ পৰা বাদ পৰা সন্দে হযুক্ত বিদেশীক ‘প্রত্যাখ্যান জাননী' নিদিয়া বাবে ন্যায়্যাধীকৰণত গোচৰ নোহোৱাৰ অজুহা জু তত নতুন বিষয়াসকলক অব্যাহতি দিব বিচৰা হৈছে,যিটো আইনবিৰোধী । নিজৰ দলীয় ৰাজনী তি আৰু বিফলতা ঢাকিবলৈ ন্যায়াধীকৰণত নতুনকৈ নিযুক্ত বিষয়াসকলক অব্যাহতিহে দিব বিচাৰিছে ।

Smuggled cattle seized at Puranigudam: পুৰণিগুদামত চোৰাংভাৱে সৰবৰাহ কৰা গৰু ভৰ্তি ট্ৰাক জব্দ

পুৰণিগুদামত আৰক্ষীয়ে নথিপত্ৰবিহীন এখন গৰুভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হৈছে (Smuggled cattle seized in Nagaon)৷ ঘটনা অনুসনু ৰি সৰ্বভা ৰ্ব ৰতীয় গো সুৰক্ষা সমিতিৰ (All India Cow Protection Society) সদস্যৰ এটা দলে পুৰণিগুদাম ন আলিমূৰত প্ৰথমে গৰুভৰ্তি বাহনখন দেখি সন্দেহৰ ভিত্তিত পুৰণিগুদাম আৰক্ষীক খবৰ দিয়ে (Smuggled cattle seized at Puranigudam)৷

5 killed by N Carolina shooter: আৰক্ষী বিষয়াকে ধৰি 5 গৰাকীক গুলীয়াই হত্যা

বৃহস্পতিবাৰে সন্ধিয়া নৰ্থ কেৰ্থ ৰোলিনাত আততায়ীয়ে আৰক্ষী বিষয়াসহ 5 গৰাকী লোকক গুলীয়াই হত্যা কৰে (5 killed by N Carolina shooter)

Baby elephant body rescued: চাহ বাগিচাৰ নলাত হাতী পোৱালিৰ মৃতদেহ উদ্ধাৰ

ৰঙাপৰাত বৃহবৃ স্পতিবাৰে এটা বনৰীয়া হাতী পোৱালিৰ মৃতমৃ দেহ উদ্ধাৰ কৰা হৈছে (Baby elephant body rescued) ৷ ৰঙাপৰা চাহ বাগিচাৰ দ' নলাত পৰি প্ৰায় ৬ দিন পূৰ্বে বনৰীয়া হাতী পোৱালিটোৰ মৃত্যুমৃ ত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে বন বিভাগে (Forest department rescued elepahant body)

Dhubri Medical College: ভাৰ্চুৱেল মাধ্যমেৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ধুবুৰী চিকিৎসা মহাবিদ্যালয় উদ্বোধন

ভাৰ্চুৱেল মাধ্যমেৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শুভাৰম্ভ কৰিলে ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল (President inaugurated Dhubri Medical College and Hospital ) ৷ নৱনিৰ্মিত হাস্পতালখনত অহা ৫ নৱেম্বৰৰ পৰা আৰম্ভ ডিএমচিএইচৰ প্ৰথম বৰ্ষৰ পাঠ্যক্ৰম ৷

Droupadi Murmu in Assam : IIT গুৱাহাটী দেশৰ বাবে গৌৰৱ: দ্ৰৌপদী মুর্মু

দুদিদুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিল দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু৷ৰ্মুগুৱাহাটীত উপস্থিত হৈয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেৰ্মু আই আই টি গুৱাহাটীত আয়োজিত এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ (President Droupadi Murmu at IIT Guwahati)

Labhita Drama Controversy: গণশিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাক অপমানৰ বিৰুদ্ধে যোৰহাটত প্ৰতিবাদ

গণশিল্পী ৰূপকোঁৱকোঁৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটক লভিতাক আৱা হন থিয়টাৰ মঞ্চয়ে বিকৃত কৰাৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰিজু অব্যাহত আছে প্ৰতিবাদ(Labhita Drama Controversy) ৷ লভিতা নাটকখন মূল চৰিত্ৰত অভিনয় কৰা প্ৰস্তুতি পৰাশৰ গৃহজিলা যোৰহাটতো ব্যাপক প্ৰতিবাদ ৷

অমিতাভ বচ্চনক 'মা ভাৰতী কে সপুত'ৰ ৰাষ্ট্ৰদূত নিযুক্তি: মেগাষ্টাৰে সমৰ্থন কৰা 5 টা সামাজিক কাৰণ

বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চন, যি অলপতে তেওঁৰ 80 তম জন্মদিনত সশস্ত্ৰ বাহিনীৰ যুদ্ধ হতাহত কল্যাণ পুঁজিৰ (AFBCWF) ৱেবছাইট 'মা ভাৰতী কে সপুত'ৰ 'ৰাষ্ট্ৰদূত হৈছিল, কেইবাটাও সামাজিক কাৰণৰ সৈতে জড়িত হৈ আছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.