ETV Bharat / state

কাছাৰত মাৰুতি ভেনৰ খুন্দাত আঘাতপ্ৰাপ্ত ছাত্ৰী

author img

By

Published : May 2, 2019, 10:19 PM IST

মাৰুতি ভেনৰ খুন্দাত আঘাতপ্ৰাপ্ত ছাত্ৰী

ছাত্ৰীগৰাকী বিদ্যালয়লৈ যোৱাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা ৷

কাছাৰ, 2 মেঃ কাছাৰৰ উজানগ্ৰামত মাৰুতি ভেনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এগৰাকী ছাত্ৰী ৷ বিদ্যালয়লৈ যোৱাৰ পথত ছাত্ৰীগৰাকীক পাচফালৰ পৰা খুন্দিয়াই AS-11P-8133 নম্বৰৰ এখন মাৰুতি ভানে ৷

মাৰুতি ভেনৰ খুন্দাত আঘাতপ্ৰাপ্ত ছাত্ৰী

দুৰ্ঘটনাৰ পাচতেই মাৰুতি ভেনখন ভাঙি লণ্ড-ভণ্ড কৰে উত্তেজিত ৰাইজে ৷ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছাত্ৰীগৰাকী চিকিৎসালয়লৈ প্ৰেৰণ কৰে স্থানীয় ৰাইজে ৷ আহত ছাত্ৰীগৰাকীৰ নাম জোনাকী বেগম লস্কৰ বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷

Intro:Body:কাছাৰৰ বৰখলা সমষ্টিৰ উজানগ্ৰামত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী ছাত্ৰী গুৰুতৰভাৱে আহত ৷ পিছত স্থানীয় ৰাইজে উপস্থিত হৈ ছাত্ৰীগৰাকীকে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।আহত ছাত্ৰীগৰাকীৰ নাম জোনাকি বেগম লষ্কৰ (10)৷জনিব পৰা মতে ৰাতিপুৱা ১০ বাজতে
শিলচৰ পৰা আসা AS-11P-8133 নম্বৰৰ এখন মাৰুতি ভ্যানে স্কুলত যাই থকা অবস্থাত পিছপালে খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ছাত্ৰী গৰাকী ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.