ETV Bharat / state

শিলচৰৰ শ্মশানত কালীপূজাৰ আয়োজন

author img

By

Published : Oct 28, 2019, 8:38 AM IST

Updated : Oct 28, 2019, 9:38 AM IST

বৰাক উপত্যকাৰ সবাতোকৈ ডাঙৰ শ্মশানত অনুষ্ঠিত কৰা হয় কালীপূজা ৷ মা কালীৰ পূজা-অৰ্চনা কৰিবলৈ হাজাৰ হাজাৰ ভক্তই শ্মশান ঘাটত ভিৰ কৰা পৰিলক্ষিত হ'ল ৷

শিলচৰৰ শ্মশানত কালীপূজাৰ আয়োজন

শিলচৰ,28 অক্টোবৰ : বৰাক উপত্যকাৰ সবাতোকৈ ডাঙৰ শ্মশানত দেওবাৰে অনুষ্ঠিত কৰা হয় কালীপূজা ৷ এফালে শৱদাহ আৰু আনফালে আয়োজন কৰা হয় পূজা-অৰ্চনাৰ ৷ মা কালীৰ পূজা-অৰ্চনা কৰিবলৈ হাজাৰ হাজাৰ ভক্তই শ্মশান ঘাটত ভিৰ কৰা পৰিলক্ষিত হ'ল ৷

শিলচৰত কালীপূজা

ধূপ আৰু মমবাতি জ্বলাই নিজৰ লগতে পৰিয়ালৰ মংগল কামনা কৰিলে ভক্তসকলে।

লগতে চাওকঃ শিৱসাগৰত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা

Intro:শিলচৰৰ স্বৰ্গদাৰে গোটেই ৰাতিটো ধৰি দৰ্শনাৰ্থীৰ ভীৰ।Body:বৰাক উপত্যকাৰ সবচেয়ে দাগৰ শ্বশান হল শিলচৰৰ শ্বশান ।তাত হয় কালীপূজা একফেলে চলিছে কালীপূজা আনফালে চলিছে শব দাহ । হয় শিলচৰৰ শ্বশানৰ দৃশ্য । মাকালিৰ পূজা দেখিবলৈ হাজাৰ হাজাৰ ভক্ত শিলচৰৰ শ্বশান ঘাটত ।গোটেই ৰাতি দৰ্শকসকলৰ ভিৰ ।Conclusion:ধুপ আৰু মমনাতি জ্বলাই নিজৰে পৰিবাৰৰ মঙ্গল কামনা কৰিলে ভক্ত সকলে ।
Last Updated :Oct 28, 2019, 9:38 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.