ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Aug 12, 2022, 5:09 PM IST

5 বজাৰ শীৰ্ষ 10 টা বাতৰি
5 বজাৰ শীৰ্ষ 10 টা বাতৰি

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

Police checking being conduct: স্বাধীনতা দিৱসৰ প্ৰাকমুহুৰ্তত কলিয়াবৰত আৰক্ষীৰ তালাচী অভিযান

দেশত ৭৫ সংখ‍্যক স্বাধীনতা দিৱস(75th Independence Day)ৰ উৎসৱমুখৰ পৰিৱেশৰ মাজতে উগ্ৰপন্থী সংগঠনৰ স্বাধীনতা দিৱস বৰ্জনৰ হুংকাৰৰ প্ৰতি লক্ষ্য ৰাখি সষ্টম হৈ পৰিছে কলিয়াবৰ আৰক্ষী(Militant outfits call for boycott of Independence Day) ।

APCC chief slams BJP : চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত ভূপেন বৰা

অগপ আৰু বিজেপি চৰকাৰক কঠোৰ সমালোচনা ভূপেন বৰাৰ (Bhupen Bora criticized BJP and AGP)। অতুল বৰাই আঞ্চলিকতাবাদ জীয়াই ৰাখিবলৈ বিহাৰৰ ৰাজনীতিৰ পৰা শিক্ষা লোৱা উচিত । বিজেপি চৰকাৰে নগৰ এলেকাৰ আন্তঃগাঁঠনি উন্নয়ন নকৰাকৈ অধিক কৰ সংগ্ৰহেৰে ৰাইজক মাধমাৰ শোধাবলৈ চেষ্টা চলাইছে ।

Azadi Ka Amrit Mahotsav: তেজপুৰৰ যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজাদী কা অমৃত মহোৎসৱ

তেজপুৰৰ যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা হয় আজাদী কা অমৃত মহোৎসৱ(Azadi Ka Amrit Mahotsav) । বিশেষ সভাৰ লগতে বিশাল চাইকেল ৰেলীৰে ঘৰে ঘৰে ত্ৰিৰংগ পতাকা(Har Ghar Tiranga Mission) কাৰ্যসূচী সফল কৰিবলৈ জনালে আহ্বান ।

Man-Elephant conflict: বাক্সাত বন্যহস্তীৰ আক্ৰমণত নিহত এজন

বাক্সাৰ নবস্তি বৰিকাদোঙাত বৃহস্পতিবাৰে নিশা হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হয় ৷ নিহত লোকজন তৰুণ হালৈ বুলি জানিব পৰা হৈছে ৷ উল্লেখ্য যে, বাক্সা জিলাৰ উত্তৰ অঞ্চলত দিনক দিনে হাতী-মানুহৰ সংঘাত তীব্ৰতৰ হৈ পৰিছে(Assam faces rising human-elephant conflict) । বিগত কিছুদিন ধৰি জিলাখনৰ ভূটান খুটি, উত্তৰকুছি, সুৱনখাটা আদি অঞ্চলত হাতীয়ে উপদ্ৰৱ চলাই বহু পৰিয়ালৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে(Man-Elephant Conflict in Assam) ৷

Assam Police Anti drug Campaign: জোনাইত ড্ৰাগছসহ আটক 3 ব্যৱসায়ী

জোনাইৰ দুটা ভিন্ন স্থানৰ পৰা ড্ৰাগছসহ আটক 3 সৰবৰাহকাৰী ৷ জোনাই মহকুমাৰ তৰাজানৰ পৰা গাঁওৰক্ষী বাহিনীয়ে এখন বলেৰ' পিক-আপ ভানসহ কৰায়ত্ব কৰে দুটাকৈ ড্ৰাগছ ব্যৱসায়ীক । আনহাতে 1নং মিৰি টাক গাঁৱৰ পৰা আৰক্ষীয়ে আটক কৰে আন এটা ড্ৰাগছ আসক্ত তথা সৰবৰাহকাৰীক ৷

School adoption program: বৰমাত বিশেষ সজাগতা সভা

বিটিআৰত বিদ্যালয় এড'পচনৰ জৰিয়তে বিদ্যালয়ৰ শৈক্ষিক দিশৰ উন্নয়নৰ প্ৰচেষ্টা হাতত লৈছে চৰকাৰে । বিদ্যালয় এড'পচন সন্দৰ্ভত বৰমাত এক বিশেষ সভাৰ আয়োজন কৰা হৈছে (Sharing meeting on school adoption program)। য'ত বিদ্যালয় এড'পচনৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয় ।

Azadi ka amrit mahotsav: কোকৰাঝাৰত ইউপিপিএলৰ বাইক ৰেলী

বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰত শুকুৰবাৰে স্বাধীনতাৰ অমৃত মহোৎসৱৰ উপলক্ষে বিটিআৰৰ শাসকীয় তথা ৰাজ্য চৰকাৰৰ সহযোগী দল প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলৰ উদ্যোগত এক বিশাল বাইক ৰেলী উলিওৱা হয়(UPPL Rally at Kokrajhar) ৷ কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰৰ পৰা উলিওৱা এই ঘৰে ঘৰে ত্ৰিৰংগ পতাকা বাইক ৰেলীটো(Har Ghar Tiranga) ৷

Street play in Mangaldoi: স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে মঙলদৈ পৌৰসভাৰ অভিনৱ প্ৰচাৰ

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস(75th years of Independence of India) উপলক্ষে সমগ্ৰ দেশতে আৰম্ভ কৰা হৈছে স্বাধীনতাৰ অমৃত মহোৎসৱ(Azadi Ka Amrit Mahotsav) ৷ প্ৰতিখন ঘৰ তথা ব্যৱসায়িক প্ৰতিষ্ঠানত ১৩ ৰ পৰা ১৫ আগষ্টলৈ ঘৰে ঘৰে ত্ৰিৰংগ পতাকা কাৰ্যসূচীৰ জৰিয়তে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ সজাগ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতত লৈছে বিভিন্ন কাৰ্যসূচী ।

Congress MLA BJP join controversy: প্ৰশান্ত ফুকনক কংগ্ৰেছত যোগদান কৰিবলৈ আহ্বান দেৱব্ৰত শইকীয়াৰ

প্ৰশান্ত ফুকনক ট্ৰেইনিঙৰ প্ৰয়োজন বুলি মন্তব্য কৰিছে দেৱব্ৰত শইকীয়াই (Debabrata Saikia criticized Prasanta Phukan)। ট্ৰেইনিং নথকা বাবেই তেওঁ মন্ত্ৰিত্ব পোৱা নাই । ঘৰে ঘৰে জাতীয় পতাকা কাৰ্যসূচীক লৈও গুৰুত্বপূৰ্ণ মন্তব্য শইকীয়াৰ ।

SpaceX Starship: আগষ্ট মাহতো উৎক্ষেপণ কৰা নহ’ব SpaceXৰ প্ৰথমখন যান

বহু প্ৰত্যাশিত স্পেচএক্স ষ্টাৰশ্বিপ বাহনখনৰ প্ৰথম কক্ষপথ পৰীক্ষামূলক উৰণ আগষ্ট মাহতো সম্ভৱ নহ’ব(Starship vehicle will not lift) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.