ETV Bharat / state

Arms recovered at Mazbat : মাজবাটৰ লালপানীত উদ্ধাৰ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ

author img

By

Published : Oct 30, 2022, 12:51 PM IST

অসম আৰক্ষীৰ আন এক সফলতা ৷ এইবাৰ মাজবাটৰ লালপানীত উদ্ধাৰ হৈছে বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ (Arms recovered at Mazbat) ৷ উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰৰ ভিতৰত আছে তিনিটা AK47, 6 টা খালী মেগজিন, 620 জাই সজিব গুলী ৷

Arms and active bullets recovered at mazbat
মাজবাটৰ লালপানীত উদ্ধাৰ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ

  • মাজবাটৰ লালপানীত উদ্ধাৰ হৈছে এটা বৃহৎ অস্ত্ৰৰ ভাণ্ডাৰ (Arms recovered at Mazbat)
  • অসম অৰুণাচল সীমান্তৰ লালপানীত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ হয় অস্ত্ৰ-শস্ত্ৰখিনি (Arms and ammunition recovered at Mazbat)
Arms and active bullets recovered at mazbat
মাজবাটৰ লালপানীত উদ্ধাৰ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ
  • উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰৰ ভিতৰত আছে তিনিটা AK47, 6 টা খালী মেগজিন, 620 জাঁই সজীৱ গুলী
  • ওদালগুৰিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ দাস বড়োৰ নেতৃত্বত আৰু মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ গোহাঁইয়ে চলাইছিল এক অভিযান
  • এই অভিযানতে আৰক্ষীয়ে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰখিনি
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.