ETV Bharat / sports

অসম অলিম্পিক সন্থাৰ সভাপতি নিৰ্বাচিত সৰ্বানন্দ সোণোৱাল

author img

By

Published : Oct 29, 2019, 7:56 PM IST

অসম অলিম্পিক সন্থাৰ সভাপতি পদত অধিষ্ঠিত হ’ল অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ বিনা প্ৰতিদ্বন্দিতাৰে সভাপতি পদত নিযুক্ত বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী ৷

অসম অলিম্পিক সন্থাৰ সভাপতি নিৰ্বাচিত সৰ্বানন্দ সোণোৱাল

স্পৰ্টছ ডেস্ক, 29-10-2019

  • অসম অলিম্পিক সন্থাৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত সৰ্বানন্দ সোণোৱাল
  • বিনা প্ৰতিদ্বন্দিতাৰে জয়ী অসমৰ মুখ্যমন্ত্ৰীগৰকী
  • সোমবাৰে নতুন সভাপতি পদত নিযুক্ত হয় সোণোৱাল
  • শুকুৰবাৰে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে
  • ভাৰতীয় অলিম্পিক সন্থাই অসম অলিম্পিক সন্থাৰ পূৰ্বৰ কমিটিখন ভংগ কৰাত পুনৰ নিৰ্বাচন কৰা হয়
  • গুৱাহাটীত অহা 10 নৱেম্বৰত অনুষ্ঠিত হ’ব অসম অলিম্পিক সন্থাৰ সাধাৰণ সভা
  • প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু ৰকিবুল হুছেইন অসম অলিম্পিক সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদক পদত কাৰ্য্যনিৰ্বাহ কৰি আছিল
OTHERS
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.