ETV Bharat / sports

ভাৰত বনাম অষ্ট্ৰেলিয়া : ৰাহানেৰ শতকেৰে নিয়ন্ত্ৰণত ভাৰতীয় দল

author img

By

Published : Dec 27, 2020, 2:08 PM IST

Australia vs India
AUS বনাম IND

দ্বিতীয়খন টেষ্ট মেচৰ দ্বিতীয় দিনৰ অন্তত আজিংক্যা ৰাহানেই 104 ৰাণ আৰু ৰবীন্দ্ৰ জাডেজাই 40 ৰাণ সংগ্ৰহ কৰে ৷

স্পৰ্টছ ডেস্ক,27 ডিচেম্বৰ : ভাৰত-অষ্ট্ৰেলিয়াৰ দ্বিতীয়খন টেষ্ট মেচৰ দ্বিতীয় দিনা শনিবাৰে ষ্টেণ্ড ইন কেপ্তেইন আজিংক্যা ৰাহানেই 195 টা বলত শতক অৰ্জন কৰে ৷ ভাৰতীয় দলটোৱে মুঠ 250 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷

Australia vs India
AUS বনাম IND

ৰাহানেক মেচৰ শেষলৈ সমৰ্থন কৰি এক পাৰ্টনাৰশ্বিপ গঢ়ি তোলে স্পীন বলাৰ তথা অল-ৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজাই ৷ ৰাহানেই 104 ৰাণ আৰু জাডেজাই 40 ৰাণ সংগ্ৰহ কৰে ৷

প্ৰথম ইনিংছৰ প্ৰথম দিনটোত 195 ৰাণত অল আউট হয় অষ্ট্ৰেলিয়া দলটো ৷

সংক্ষিপ্ত স্ক’ৰ-

অষ্ট্ৰেলিয়া- প্ৰথম ইনিংছত 72.3 অভাৰত 195 ৰাণ সংগ্ৰহ কৰি অল আউট ৷

ভাৰত- প্ৰথম ইনিংছত 91.3 অভাৰত 5 উইকেট হেৰুৱাই 277 ৰাণ সংগ্ৰহ (আজিংক্যা ৰাহানে 104 ৰাণত বেটিং; মিট্ছেল ষ্টাৰ্ক 2/61, পেট কামিনছ 2/71) ৷

লগতে পঢ়ক : অষ্ট্ৰেলিয়া বনাম ভাৰত : ভোজন বিৰতিৰ পৰলৈ 3 টা উইকেট হেৰুৱাই 90 ৰাণ সংগ্ৰহ ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.