ETV Bharat / sitara

বিশেষ আন্দাজেৰে পিতৃক জন্মদিনৰ শুভকামনা জনালে দীপিকাই

author img

By

Published : Jun 10, 2020, 8:12 PM IST

অভিনেত্ৰী দীপিকা পাডুকনৰ পিতৃ তথা প্ৰাক্তন বেডমিন্টন খেলুৱৈ প্ৰকাশ পাডুকনৰ আজি জন্মদিন ৷ তেওঁৰ 65 সংখ্যক জন্মদিনত কন্যা দীপিকাই জনালে বিশেষ শুভকামনা ৷

deepika congratulates father on his birthday in a special way
বিশেষ আন্দাজেৰে পিতৃক জন্মদিনৰ শুভকামনা জনালে দীপিকাই

চিটাৰা ডেস্ক,10জুনঃ বলীউড অভিনেত্ৰী দীপিকা পাডুকনৰ পিতৃ তথা প্ৰাক্তন বেডমিন্টন খেলুৱৈ প্ৰকাশ পাডুকনৰ 65 সংখ্যক জন্মদিন ৷ এই বিশেষ ক্ষণত ছ'চিয়েল মিডিয়া যোগে পিতৃৰ বাবে এটা বিশেষ নোট লিখি জন্মদিনৰ শুভকামনা জনালে দীপিকা পাডুকনে ৷

লগতে অভিনেত্ৰী গৰাকীয়ে শৈশৱৰ এখন ফটোও শ্বেয়াৰ কৰে ৷ য'ত দীপিকাই পিতৃৰ কোলাত বহি থকা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়কঃ বাহিৰত ফুৰি থাকোতে চেইফ-কৰীণাক কিয় বাধা দিলে পুলিচে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.