ETV Bharat / snippets

পথিকৰ উদ্যোগত ধঁপাত বিৰোধী সজাগতা অনুষ্ঠান

author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 7:42 AM IST

Anti-tobacco awareness programme at Pathik's initiative in Guwahati
কেতিয়া সজাগ হ’ব জনসাধাৰণ ? (etv bharat assam)

গুৱাহাটী, 27 মে’ : গুৱাহাটীত পথিক নামৰ এটা বেচৰকাৰী সংস্থাৰ উদ্যোগত ধঁপাত বিৰোধী সজাগতা অনুষ্ঠান অনুষ্ঠিত ৷ ধঁপাত সেৱনৰ বিৰোধিতা তথা কু-প্ৰভাৱৰ সম্পৰ্কে জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যৰে পথিকৰ উদ্যোগত দুটাকৈ সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰা হয় ।

কাৰ্যসূচী অনুসৰি, পুৱাৰ ভাগত নেহেৰু ষ্টেডিয়ামৰ পৰা যোৰহাটৰ আৰ্হি হাস্পতাললৈ সজাগতামূলক চাইকেল ৰেলী ওলোৱা হয় । ৰেলীৰ উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱৰ বিশ্ববিদ্যালয়ৰ অধ্যক্ষ ড৹ অমল চন্দ্ৰ কটকীয়ে । এই ৰেলীত অংশগ্ৰহণ কৰে প্ৰায় 128 গৰাকী চাইকেল আৰোহীয়ে । আনহাতে "গ’ গ্ৰীণ" ৰ শ্লোগানৰে গছ থাকিলেহে যে মানুহ থাকিব সজাগতাৰ হিচাপত গছপুলি ৰোপণ কাৰ্যসূচীও গ্ৰহণ কৰা হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.