ETV Bharat / city

আহিনৰ আঁচল খহাই ধৰাৰ বুকুলৈ হেঁপাহৰ শৰৎ

author img

By

Published : Sep 22, 2019, 9:03 PM IST

আহিনৰ আঁচল খহাই ধৰাৰ বুকুলৈ হেঁপাহৰ শৰৎ

আহিনৰ আঁচল খহাই ধৰাৰ বুকুলৈ নামি আহিছে হেঁপাহৰ শৰৎ ৷ ঋতুৰাণী শৰতকলৈ এক বিশেষ প্ৰতিবেদন চাওঁ আহক -

আহিনৰ আঁচল খহাই ধৰাৰ বুকুলৈ নামি আহিছে হেঁপাহৰ শৰৎ ৷ ঋতুৰাণী শৰতকলৈ এক বিশেষ প্ৰতিবেদন চাওঁ আহক -

আহিনৰ আঁচল খহাই ধৰাৰ বুকুলৈ হেঁপাহৰ শৰৎ
Intro:Intro:-আহিনৰ আঁচল খহাই ধৰালৈ সংগোপনে নামি আহিছে হেঁপাহৰ শৰৎ৷শৰতৰৰ আগমনে সলাই পেলাইছে প্ৰকৃতিৰ ৰূপ৷ ঋতুৰাণী শৰতকলৈ এক বিশেষ প্ৰতিবেদন চাওঁ আহক

Body:VO:- আহিনৰ বোকোচাত উঠি শুকুলা মেঘৰ মাজেৰে ধৰালৈ আকৌ নামি আহিল হেঁপাহৰ শৰৎ৷ শৰতৰ আগমনত প্ৰকৃতিয়েও সংগোপনে লৈছে ন-ৰূপ৷ শৰতৰ কোমল পৰশত চোতালৰ শেৱালি জোপাই আমোলমোলই সুৱাসিত কৰি তুলিছে চৌদিশ৷ পুৱাৰ ৰ’দালিত দুৱৰিত চুমা আঁকি থকা নিয়ৰৰ কনাবোৰ যেন মুকুতাহৈ জিলিকি উঠিছে৷ লুইতৰ চাপৰিত ফুলি উঠা কহুঁৱা ডৰাৰ নাচোনত অশান্ত হৈ পৰিছে কোনোবা প্ৰেমিক কবিৰ মন৷

Use Music:- কহুঁৱা বন মোৰ অশান্ত মন(ভূপেন দা)

BYET:- ড০ সঞ্জীৱ ফুকন,চক্ৰ বিষয়া,ACS/বিশিষ্ট কবি

VO:-শৰতে কঢ়িয়াই আনিছে দুৰ্গোৎসৱৰ বতৰা৷ শৰতৰ সিগ্ধ জোনাকত মতলীয়া হৈ সৃষ্টিৰ জোৱাৰ তোলে কবি-শিল্পীসকলে৷ শৰত মানেই সৃষ্টি উৎস, প্ৰেৰণাৰ সাতোৰঙী ৰামধেনু৷শৰত এখন মুকলি আকাশ, প্ৰকৃতিৰ নুমলীয়া জিয়াৰী৷

End USE MUSIC :- শৰতৰে সাতোৰঙী বৰ্ণালী(জুবিন গাৰ্গ)Conclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱালৰ ৰিপৰ্ট ইটিভি ভাৰত অসম৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.