ETV Bharat / city

জনসংযোগ কৰ্মচাৰীৰে বৈঠক মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

author img

By

Published : Jun 3, 2020, 7:41 PM IST

বুধবাৰে মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীস্থিত জনসংযোগ কাৰ্যালয়ত কৰ্মচাৰীৰে বৈঠকত মিলিত হয় ।

জনসংযোগ কৰ্মচাৰীৰে বৈঠক মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
জনসংযোগ কৰ্মচাৰীৰে বৈঠক মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

গুৱাহাটী, 3 জুনঃ বুধবাৰে মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীস্থিত জনসংযোগৰ কাৰ্যালয়ত কৰ্মচাৰীৰে বৈঠকত মিলিত হয় । উল্লেখযোগ্য যে, মুখ‍্যমন্ত্ৰী সোণোৱালে জনসংযোগ বিভাগে লোৱা সজাগতাক প্ৰশংসা কৰাৰ লগতে জনসংযোগ বিভাগে সজাগতা সৃষ্টিত সফল হোৱাৰ কথা দোহাৰে ।

জনসংযোগ কৰ্মচাৰীৰে বৈঠক মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

আনহাতে, DIPRৰ বিষয়া, কৰ্মীসকলক ধন্যবাদ জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, 'চৰকাৰ-ৰাইজক ওচৰ চপাইছে DIPR য়ে । প্ৰকৃতাৰ্থত জনসংযোগৰ কাম কৰিছে বিভাগে । ইয়াৰোপৰি দুৰ্লভ নাথ সন্দৰ্ভত সভাপতি ৰঞ্জিত দাসক দায়িত্ব দিয়া হৈছে বুলি জানিব দিয়ে মুখ‍্যমন্ত্ৰীগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.