ETV Bharat / bharat

KAM সন্মিলনত তিনিটাকৈ বঁটাৰে উজলিল ই টিভি বাল ভাৰত

author img

By

Published : Aug 30, 2022, 9:05 PM IST

ই টিভি বাল ভাৰতক Preschool Show: Wisdom Tree- Moral Stories, এনিমেটেড চৰিত্ৰৰ সৰ্বোত্তম ব্যৱহাৰৰ ক্ষেত্ৰত TVC: Pushup Challenge, আৰু শ্ৰেষ্ঠ এনিমেচন গীত : Abhimanyu The Young Yodha ৰ বাবে Ann বঁটা প্ৰদান (Best Animation song awards ANN awards KAM summit)।

Best Animation song awards ANN awards KAM summit
Best Animation song awards ANN awards KAM summit

নিউজ ডেস্ক, 30 আগষ্ট: শেহতীয়াকৈ অনুষ্ঠিত হোৱা কিডছ, এনিমেচন এণ্ড ম’ৰ (KAM) তৃতীয় সংস্কৰণ আৰু Ann এৱাৰ্ডছ শীৰ্ষ সন্মিলনৰ তিনিটা শাখাত বিজয়ী হিচাপে আত্মপ্ৰকাশ কৰিছে ই টিভি বাল ভাৰতে (Best Animation song awards ANN awards KAM summit)। শিশুৰ মনোৰঞ্জন প্ৰদান কৰা ই টিভি নেটৱৰ্কলৈ শ্ৰেষ্ঠ Preschool Show: Wisdom Tree- Moral Stories, এনিমেটেড চৰিত্ৰৰ সৰ্বোত্তম ব্যৱহাৰৰ ক্ষেত্ৰত TVC: Pushup Challenge, আৰু শ্ৰেষ্ঠ এনিমেচন গীত : Abhimanyu The Young Yodha ৰ বাবে Ann বঁটা প্ৰদান (Best Animation song awards ANN awards KAM summit)।

ই টিভি বাল ভাৰতে ইয়াৰ শিশু দৰ্শকসকলক কিডোটেইনমেণ্টৰ এক জগত প্ৰদান কৰি এনিমেটেড অনুষ্ঠানৰ পৰিৱেশন কৰি আহিছে । ৪ ৰ পৰা ১৪ বছৰ বয়সৰ শিশুৰ বাবে নিৰ্দিষ্ট টিভি চেনেলটোৱে ব্যাপক ধাৰা অৰ্থাৎ এক্সন, দুঃসাহসিক ভিডিঅ’, কমেডী, মহাকাব্যিক কাহিনী, ৰহস্য, কল্পনা, নৈতিক আৰু জীৱন নিৰ্মাণৰ দক্ষতাৰ সৈতে গভীৰভাৱে সোমাই যাব পৰা দৃশ্য আগবঢ়ায় ৷ মূল্য ভিত্তিক ভাৰতীয় বিষয়বস্তু আৰু এনিমেটেড কিডছ চলচ্চিত্ৰসমূহ শিশুসকলক ভিন্ন ভাষাত দৈনিক পৰিবেশন কৰা হয় (ETV BALBHARAT bags Best Preschool Show) ৷

চঞ্চল মনোভাৱ আৰু কৌতুহলেৰে চিহ্নিত শৈশৱ উদযাপনৰ বাবে কল্পনা কৰা ই টিভি বাল ভাৰতে ৰুচি সন্মত বিষয়বস্তু সম্প্ৰচাৰ কৰি আহিছে (Etv Bal Bharat)৷ অপৰিসীম মূল্য আৰু অনুৰণন সৃষ্টি কৰি ভাৰতীয় মূল আৰু আন্তঃৰাষ্ট্ৰীয়ভাৱে প্ৰশংসিত অনুষ্ঠানসমূহৰ সৈতে শিশুসকলে সম্পৰ্ক স্থাপন কৰিব পাৰে ।

লগতে পঢ়ক: বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত তৃতীয় স্থানত গৌতম আদানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.